Author: newshuntne

News hunt is a Leading news site of Northeast India. We broadcast/published Assamese, Hindi and English News, represent Northeast Culture and applied all three standard language.

নিউজডেক্স,১৭মে’,২০২৪ :  আহোম স্বৰ্গদেউ গদাধৰ সিংহৰ স্মৃতি বিজড়িত ঐতিহাসিক বৰশিলৰ পৰা মেকিপুৰ সংযোগী ১২ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথ নিৰ্মাণত   সংঘটিত হৈছে ব্যাপক দুৰ্নীতি ৷ প্ৰায় ১৫ কোটি টকীয়া কামত নিজৰ খেয়াল খুচি মতে পথ নিৰ্মাণ কৰাৰ অভিযোগ উঠিছে ঠিকাদাৰ শিৱা হৰলালকাৰ বিৰুদ্ধে। বিগত ১৯- ২০ বৰ্ষতেই নিবিদা লাভ কৰা ঠিকাদাৰ শিৱা হৰলালকাই প্ৰায় ৫ মাহৰ আগতে এই কাম সম্পূৰ্ণ কৰিছিল যদিও বৰ্তমান ঐতহাসিক বৰশিলৰ সমীপত প্ৰায় দুই তিনি কিলোমিটাৰ পৰ্যন্ত পথটোত পুখুৰী সদৃশ  দ গাঁতৰ সৃষ্টি হোৱাৰ লগতে  বখলা বখলে  ব্লেক কাৰ্পেটিং এৰাই যোৱা পৰিলক্ষিত হৈছে। সম্পূৰ্ণ লুণ্ঠনৰ মানসিকতাৰে নিৰ্মাণ কৰা এই পথটোৰ চাইদ-বামৰ কাম সম্পন্ন নকৰাৰ ফলত ক্ৰমান্বয়ে খহি গৈছে…

Read More

न्यूज़ हन्ट -डेस्क 13 मई 2024: 12 मई को मातृ दिवस के अवसर पर पूर्वोत्तर प्रदेशीय मारवाड़ी सम्मेलन की सिमलगुड़ी शाखा द्वारा क्षेत्र की पांच महिलाओं का उनके निवास स्थान पर जाकर दुपट्टे एवं मिठाई भेंट कर सम्मानित किया गया तथा उन सभी मातृशक्ति को उनके सुखद भविष्य की शुभकामनाएं व्यक्त की गई৷ इस दौरान शाखा अध्यक्ष शिव प्रसाद बाजोरिया. पवन मस्करा, सुभाष अग्रवाल, दीनदयाल शर्मा एवं दीपचंद माड़ोदिया शामिल थे

Read More

নিউজডেক্স,১৩মে’,২০২৪:ডাইনী হত্যাৰ দৰে কুসংস্কাৰক  নিৰ্মূল কৰিবলৈ অহোপুৰুষাৰ্থ কৰি অহা সমাজ সংস্কাৰক পদ্মশ্ৰী বীৰুবালা ৰাভাৰ  আজি পুৱা ৯-৩০ বজাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত দেহাৱসান ঘটে৷ তেখেতৰ  বিয়োগৰ বাতৰিত  মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই  গভীৰ শোক প্ৰকাশ কৰি  অসমৰ সমাজ জীৱনৰ বাবে এক অপূৰণীয় ক্ষতি বুলি  উল্লেখ কৰি শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে৷ আনহাতে সমাজ সংস্কাৰক বীৰুবালা ৰাভাৰ অন্ত্যেষ্টি ক্ৰিয়া সম্পূৰ্ণ ৰাজ্যিক মৰ্যাদাৰে কৰা হ’ব বুলি ব্যক্ত কৰি এই বিষয়ত তদাৰকৰ বাবে মন্ত্ৰীদ্বয় শ্ৰীচন্দ্ৰমোহন পাটোৱাৰী আৰু শ্ৰীজয়ন্ত মল্লবৰুৱাক মুখ্যমন্ত্ৰীয়ে নিৰ্দেশনা প্ৰদান কৰে৷

Read More

 নিউজডেক্স,১৩মে’,২০২৪ : শিৱসাগৰ জিলাৰ ঐতিহাসিক গড়গাঁও চূণপোৰা হেমেনাবাৰী মে-ডাম-মে-ফি উদযাপন সমিতিৰ উদ্যোগত আৰু স্থানীয় ৰাইজৰ সহযোগত ১১ আৰু ১২ মে’ত দুদিনীয়া কাৰ্যসূচীৰে হেমেনাবাৰী ৰঙ্গমঞ্চত থলুৱা জনগোষ্ঠী সমূহৰ এক বাৰেৰহনীয়া সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰা হয়। শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বহু থলুৱা জনগোষ্ঠীৰ সাংস্কৃতিক দলে  এই অনুষ্ঠানত অংশগ্ৰহণ কৰা পৰিলক্ষিত হয়। 

Read More

নিউজডেক্স,১২ মে’,২০২৪ :নামতিৰ  চাৰিআলি খনিকৰ গাঁৱৰ নিপেন চেতিয়াৰ কন্যা এথেনাই ৫ বছৰ বয়সৰ পৰাই বিভিন্ন খেলৰ লগত জড়িত।উশ্বু, কিক বস্কিং আৰু কুংফু খেলুৱৈ এথেনা চেতিয়াই ইতিমধ্যে ৰাষ্ট্ৰীয় আৰু আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত বহুকেইটা সোনৰ পদক লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে। সদ্যঘোষিত উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত ৫ টা বিষয়ত লেটাৰ মাৰ্কসহ ষ্টাৰ মাৰ্ক লাভ কৰিবলৈ সক্ষম হোৱা এথেনা চেতিয়াই ২০১৫ চনত উশ্বু-কুংফুত গ’ল্ড মডেল, ২০১৬ চনত কিক বস্কিংত গ’ল্ড মডেল,২০১৭ চনতো গ’ল্ড মডেল লাভ কৰিবলৈ সক্ষম হৈছিল।ভৱিষ্যতে এগৰাকী প্ৰশাসনিক বিষয়া হোৱাৰ সপোন পুহি ৰখা এথেনা চেতীয়াই সমৰ কলাতো নিজকে প্ৰতিষ্ঠা কৰাৰ আশা পুহি ৰাখিছে।

Read More

न्यूज़ हंट डेस्क -12 मई 2024 :आज श्री परशुराम सेवा समिति शिवसागर जिला (सर्व समाज) के सौजन्य से आयोजित श्री परशुराम जन्मोत्सव कार्यक्रम के द्वितीय चरण में  कई कार्यक्रम आयोजित किए गए। इस में पूर्वोत्तर प्रदेशीय मारवाड़ी सम्मेलन के प्रांतीय अध्यक्ष कैलाश जी काबरा एवं विशिष्ट समाज सेवी जुगल किशोर सिंघी भी शामिल हुए। समिति की ओर से इन का स्वागत किया गया। इनके अलावा भी कई गणमान्य लोग कार्यक्रम में उपस्थित हुए। कार्यक्रम में बिहू नृत्य एवं रंगारंग भजन संध्या भी आयोजित हुई। समिति के अध्यक्ष डां गिरीराज शर्मा ने सभी के प्रति धन्यवाद व्यक्त किया है

Read More

न्यूज़ हन्ट डेस्क -:8मई 2024:असम के नाजिरा में आज एम सी क्लब द्वारा महकमें से हज यात्रा को जाने वाले 15 हज यात्रियों का सार्वजनिक रूप से अभिनंदन किया गया, एवं उनकी हज यात्रा सुरक्षित रुप से पूरी हो सके इसके लिए दुआ की गई। बताते चलें कि सन् 1939 में एमसी क्लब का गठन किया गया था और तभी से क्लब द्वारा बहुत से सामाजिक सेवा के कार्य किये जाते रहे हैं। इनमें हर बार हज यात्रियों का अभिनंदन भी शामिल है।क्लब के अध्यक्ष जाकिरुल हुसैन की अगुवाई तथा अब्दुर रहमान के संचालन में हज यात्रियों को मुबारकबाद देते…

Read More

নিউজডেক্স,২মে,২০২৪ :  সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা নাজিৰাৰ কেইবাগৰাকী কৃতি ছাত্ৰ-ছাত্ৰীক  সংবাদ গোষ্ঠী নিউজ হান্ট এন ই আৰু মুক্ত সাংবাদিক সংস্থা, নাজিৰাৰ তৰফৰ পৰা ‌সম্বৰ্ধনা জনোৱা হয়। নিউজ হান্ট এন ই আৰু মুক্ত সাংবাদিক সংস্থা নাজিৰাৰ তৰফৰ পৰা নিয়মীয়া বাৰ্তা কাকতৰ স্থানীয় সংবাদ দাতা নেকীবুদ্দিন আহমেদৰ বাসগৃহত এই উদ্দেশ্যৰে আয়োজিত এক সম্বৰ্ধনা অনুষ্ঠানত সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ৩টা বিষয়ত লেটাৰ নম্বৰ সহ প্ৰথম বিভাগত উৰ্ত্তীণ হোৱা সাংবাদিক নেকীবুদ্দিন আহমেদৰ পুত্ৰ ফাহিম ইৰফান আহমেদক জাঁজী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ প্ৰভাত বৰঠাকুৰ আৰু নাজিৰা মহাবিদ্যালয়ৰ অধ্যাপক জীৱন কলিতাই ফুলাম গামোচা, সম্বৰ্ধনা পত্ৰ আৰু কলমৰে সম্বৰ্ধনা জনায়।এই অনুষ্ঠানত নিউজ…

Read More

নিউজডেক্স,৩০এপ্ৰিল,২০২৪ : আজি গুৱাহাটীৰ অটল বিহাৰী বাজপেয়ী ভৱনত এক সংবাদ মেল সম্বোধন কৰি দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহে তেওঁৰ ভুৱা ভিডিঅ’ প্ৰচাৰ কৰাক লৈ কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰি কয় যে এনে কাৰ্য্যই তেওঁলোকৰ হতাশাক প্ৰমাণ কৰিছে  ৷ উল্লেখ্য যে অমিত শ্বাহৰ “ভুৱা ভিডিঅ'” শ্বেয়াৰ কৰাৰ অভিযোগত যোৱা সোমবাৰে গ্ৰেপ্তাৰ হৈছিল অসমৰ এগৰাকী কংগ্ৰেছ কৰ্মী।  গুৱাহাটী নিবাসী ৩১ বছৰীয়া ৰীতম সিং অসম কংগ্ৰেছৰ সৈতে জড়িত আৰু তেওঁ দলটোৰ ‘ৱাৰ ৰুমৰ সমন্বয়ক’ হিচাপে কাম কৰে। বিৰোধী দল, বিশেষকৈ কংগ্ৰেছক তীব্ৰ আক্ৰমণ কৰি গৃহমন্ত্ৰী শ্বাহে কয়, “তেওঁলোকৰ (কংগ্ৰেছ) হতাশা ইমানেই পালেগৈ যে তেওঁলোকে মোৰ লগতে আন কেইবাজনো বিজেপি নেতাৰ ভুৱা ভিডিঅ’ বিয়পাইছে। …এই…

Read More

न्यूज़ हन्ट -डेस्क -25 अप्रैल 2024 ;प्रथम चरण के लोक सभा चुनाव में एक ही व्यक्ति द्वारा दो मतदान केंद्रों पर मतदान का आरोप !भारतीय निर्वाचन आयोग द्वारा जारी आचार संहिता के वाबजूद जोरहाट संसदीय सीट के लिए हुए चुनावों में एक अजीबोगरीब मामला सामने आया है। आरोपों के अनुसार शिवसागर  आमोला पट्टी के निवासी पुतु बरुआ द्वारा दो अलग-अलग मतदान केंद्रों – शिवसागर तथा नाजिरा में मतदान का आरोप है। आरोपों के अनुसार उक्त व्यक्ति ने दो अलग-अलग नामो के मतदाता पहचान पत्र का उपयोग करते हुए शिवसागर तथा नाजिरा में मतदान किया। आरोपों में अगर सच्चाई है तो सवाल…

Read More