নিউজডেক্স,২৩এপ্ৰিল,২০২৪ : চাকমা আৰু হাজং জনগোষ্ঠীক কোনো কাৰণতেই অৰুণাচলত নাগৰিকত্ব দিয়া নহয় আৰু “কা ” আইন প্ৰৱৰ্তন হলেও ইনাৰ লাইন পাৰ্মিট বৰ্তি থকাৰ বাবে এওঁলোকে অৰুণাচলত নাগৰিকত্ব নাপায় কিন্ত এই ৫/৬ লাখ চাকমা বা হাজং জনগোষ্ঠীৰ মানুহক অসমত নাগৰিকত্ব প্ৰদান কৰিবৰ বাবে কিৰেণ ৰিজিজুৱে দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহৰ লগতে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগতো আলোচনা কৰিছে বুলি কোৱা কথাৰ তীব্ৰ বিৰোধিতা কৰি চি পি আই দলৰ ৰাজ্যিক সম্পাদক কনক গগৈয়ে এক আছুতীয়া সাক্ষাৎকাৰত আমাক কয় যে এই কাৰ্য্যক ৰাজ্যৰ সকলো লোকেই বিৰোধিতা কৰিব লাগে৷এই লোকসকলক হয়তো কা আইনৰ জৰিয়তে অসমত সংস্থাপিত কৰিব পাৰে গতিকে এইক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰীয়ে নিজৰ স্থিতি স্পষ্ট কৰিব লাগে৷
Breaking News
- নাজিৰাত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি : ৰজাঘৰীয়া ঠিকাদাৰে নিম্নমানৰ কামেৰে লুণ্ঠন কৰিলে ঐতিহাসিক বৰশিল সংযোগী পথৰ ধন
- मारवाड़ी सम्मेलन शिमलगुड़ी शाखा द्वारा मातृ दिवस पर अभिनंदन
- সমাজ সংস্কাৰক,পদ্মশ্ৰী বীৰুবালা ৰাভাৰ দেহাৱসান
- চূণপোৰাত অনুষ্ঠিত হ’ল থলুৱা জনগোষ্ঠীৰ বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান : বহু কেইটা জনগোষ্ঠীয় নৃত্য গীতত সমন্বয়ৰ থলীলৈ ৰূপান্তৰ হ’ল হেমেনাবাৰী ৰঙ্গমঞ্চ
- সদ্যঘোষিত উঃ মাঃ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ আন্ত:ৰাষ্ট্ৰীয় উশ্বু খেলুৱৈ এথেনা চেতিয়া
- नाजिरा में श्री परशुराम जन्मोत्सव आयोजित : भजन संध्या में झूमे दर्शक
- नाजिरा में एम सी क्लब द्वारा हज यात्रियों का अभिनंदन।
- মুক্ত সাংবাদিক সন্থা আৰু নিউজ হাণ্টৰ তৰফৰ পৰা কৃতীমান ছাত্ৰ ছাত্ৰীক অভিনন্দন