নিউজডেক্স,২৩এপ্ৰিল,২০২৪ :আজি নাজিৰাৰ জ্যেষ্ঠ নাগৰিক সন্মিলনৰ কাৰ্যালয়ত দিনযোৰা কাৰ্যসূচীৰে সংবাদ সাহিত্য সাংস্কৃতিক মঞ্চৰ অষ্টাদশ প্ৰতিষ্ঠা দিৱসৰ আয়োজন কৰা হয়৷ পুৱা পতাকা উত্তোলন আৰু স্মৃতি তৰ্পণৰ পিছতে মঞ্চৰ দ্বাৰা আয়োজিত গল্প,কবিতা আৰু প্ৰবন্ধ প্ৰতিযোগিতাৰ বিজয়ী সকলক পুৰস্কাৰ বিতৰণ কৰাৰ লগতে গীত পৰিবেশনৰে অনুষ্ঠানটো জীপাল কৰি তোলা হয়৷ উল্লেখ্য যে নাজিৰাৰ প্ৰবীন শিক্ষাবিদ তথা সাংবাদিক বীৰেন শৰ্মাৰ নেতৃত্বত আৰু কিছুসংখ্যক বিদ্যান লোকৰ প্ৰচেষ্টাত ২০০৬ চনত প্ৰতিষ্ঠা হোৱা সংবাদ সাহিত্য সাংস্কৃতিক মঞ্চ চমুকৈ ত্ৰিমঞ্চৰ এই প্ৰতিষ্ঠা দিৱসত অৱসৰী উপাধ্যক্ষ প্ৰভাত বৰঠাকুৰ,অৱসৰী অধ্যাপক তথা প্ৰৱন্ধাকাৰ উমা কোঁৱৰ,নাজিৰা—শিমলুগুৰি উন্নয়ন পৰিষদৰ অধ্যক্ষ অজয়লাল বৰুৱাকে ধৰি বহু গণ্য মান্য লোক উপস্থিত থাকে৷
Breaking News
- নাজিৰাত পথ নিৰ্মাণত ব্যাপক দুৰ্নীতি : ৰজাঘৰীয়া ঠিকাদাৰে নিম্নমানৰ কামেৰে লুণ্ঠন কৰিলে ঐতিহাসিক বৰশিল সংযোগী পথৰ ধন
- मारवाड़ी सम्मेलन शिमलगुड़ी शाखा द्वारा मातृ दिवस पर अभिनंदन
- সমাজ সংস্কাৰক,পদ্মশ্ৰী বীৰুবালা ৰাভাৰ দেহাৱসান
- চূণপোৰাত অনুষ্ঠিত হ’ল থলুৱা জনগোষ্ঠীৰ বাৰেৰহণীয়া সাংস্কৃতিক অনুষ্ঠান : বহু কেইটা জনগোষ্ঠীয় নৃত্য গীতত সমন্বয়ৰ থলীলৈ ৰূপান্তৰ হ’ল হেমেনাবাৰী ৰঙ্গমঞ্চ
- সদ্যঘোষিত উঃ মাঃ চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ আন্ত:ৰাষ্ট্ৰীয় উশ্বু খেলুৱৈ এথেনা চেতিয়া
- नाजिरा में श्री परशुराम जन्मोत्सव आयोजित : भजन संध्या में झूमे दर्शक
- नाजिरा में एम सी क्लब द्वारा हज यात्रियों का अभिनंदन।
- মুক্ত সাংবাদিক সন্থা আৰু নিউজ হাণ্টৰ তৰফৰ পৰা কৃতীমান ছাত্ৰ ছাত্ৰীক অভিনন্দন